শতাব্দীশতায়ু

শতাব্দী এক্সপ্ৰেছ (Assamese) [ Roman: xo.tab.di ex.pres]
Contributed by: Partha P Sarmah on 2011-02-26
1. (Proper Noun-Neuter) a series of super fast, fully air conditioned high priority train run by Indian Railways. They are short to medium distance day train and return to the point of origin on the same day. The Bhopal Shatabdi Express is the fastest among them and runs at 150 km per hour in some parts. The service started in 1988. ১৯৮৮ চনৰ পৰা কম আৰু মধ্য দূৰত্বৰ ঠাইৰ মাজত দিনত ভাৰতীয় ৰেলে চলোৱা তীব্ৰবেগী শীততাপ নিয়ন্ত্ৰিত ৰেলগাড়ী৷নতুন দিল্লী-ভূপাল শতাব্দী এক্সপ্ৰেছ খনে নতুন দিল্লী আৰু আগ্ৰাৰ মাজত ঘণ্টাত ১৫০ কিমি বেগেৰে চলি বৰ্তমান ভাৰতৰ সবাতোকৈ বেগীৰেলগাড়ী ৰূপে বিখ্যাত৷